Ahom Kingsahomiya

Ahom Swargodeu (English) [ IPA: [Ahom] [Swargodeu] ASM: আহোম স্বৰ্গদেউ]
Contributed by: Partha P Sarmah on 2011-09-26
1. (Proper Noun-Masculine) the mighty Ahom Kings who ruled Assam for nearly six hundred years. They showed the rarest example of converting to people's religion instead of imposing their religion on their subjects. (see the Ahom Kings) আহোম ৰজা সকল৷এওঁলোকে বৃটিশ অহালৈকে প্ৰায় ছশ বছৰ অসমত ৰাজত্ব কৰিছিল৷ নিজ ধৰ্ম এৰি বা বলেৰে নিজ ধৰ্ম প্ৰজাক জাপি নিদি প্ৰজাৰ ধৰ্ম গ্ৰহণ কৰাৰ এক বিশ্বতে বিৰল উদাহৰণ এওঁলোকে দেখুৱাই গৈছিল৷ (আহোম ৰজা চাওক)